#সুপ্ৰভাত কাৰ্যকৰ্তা বন্ধুসকলঃ
সময় ধাৱমান হৈছে ‘২১ৰ বিশেষ দিনটোৰ দিশে৷ হাতত আছে মাথো ১৪৭ টা দিন৷
আজি মই নিজৰ সমষ্টি সৰভোগতেই আছো৷ আৰু ইয়াৰ বিভিন্ন উন্নয়ণমূলক কাম-কাজসমূহৰ তদাৰক কৰোঁ৷ আপোনালোককো আহ্বান জনাও যে নিজৰ নিজৰ সমষ্টিৰ বিভিন্ন দিশসমূহ নিৰীক্ষণ কৰক৷








