#সুপ্ৰভাত কাৰ্যকৰ্তাসকলঃ
#Countdown আৰম্ভ হৈ গৈছে; নিৰ্বাচনলৈ মাত্ৰ ১৪৫ দিন বাকী ৰৈছে৷যিসকল কাৰ্যকৰ্তাই দলীয় কাম-কাজৰ মাজতে সুস্বাস্থ্যৰ বাবে #স্বাস্থ্যপ্ৰথম মন্ত্ৰৰে শৰীৰচৰ্চাৰ জৰিয়তে নিজকে সাজু কৰিছে সেইসকললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷আহক আমি সকলো কাৰ্যকৰ্তাই #2021FORFITBJP হেশ্বটেগ ব্যৱহাৰ কৰি শৰীৰচৰ্চাৰ জৰিয়তে নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি নতুন ধাৰা প্ৰচলিত কৰিবৰ বাবে সংকল্পবদ্ধ হওঁ৷





