আজি চাহ বাগিছাৰ সেউজীয়া পৰিৱেশৰ মাজে মাজে বিটিচি কোকৰাঝাৰ চৰাইবিলৰ কাৰ্যকৰ্তা বন্ধুসকল আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ লগত প্ৰাতঃভ্ৰমণ কৰি উৎফুল্লিত হওঁ।

#সুপ্ৰভাত কাৰ্যকৰ্তাসকলঃ

#GoodMorning#Countdown আৰম্ভ হৈ গৈছে; নিৰ্বাচনলৈ মাত্ৰ ১৪৪ দিন বাকী ৰৈছে৷আজি চাহ বাগিছাৰ সেউজীয়া পৰিৱেশৰ মাজে মাজে বিটিচি কোকৰাঝাৰ চৰাইবিলৰ কাৰ্যকৰ্তা বন্ধুসকল আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ লগত প্ৰাতঃভ্ৰমণ কৰি উৎফুল্লিত হওঁ।আগন্তুক নিৰ্বাচনত অকল মনেৰে নহয়, দৈহিক পৰিশ্ৰমেৰেও পাৰ্টিৰ কাম-কাজ দাঙি ধৰিব লাগিব৷ সেয়েহে এতিয়াৰ পৰাই ব্যায়াম আৰু সঠিক খাদ্যাভ্যাসৰ যোগেদি নিজক সুস্থ সৱল কৰি ৰাখক৷