বিটিচি কোকৰাঝাৰ কাৰ্যকৰ্তা বন্ধুৰ হৈতে morning walk আৰু কোকৰাঝাৰ প্ৰাকৃতিক সন্দৰ্য্য উপভোগ কৰো।

#সুপ্ৰভাত কাৰ্যকৰ্তাসকলঃ

#GoodMorning

#Countdown আৰম্ভ হৈ গৈছে; নিৰ্বাচনলৈ মাত্ৰ ১৪৩ দিন বাকী ৰৈছে৷বিটিচি কোকৰাঝাৰ কাৰ্যকৰ্তা বন্ধুৰ হৈতে morning walk আৰু কোকৰাঝাৰ প্ৰাকৃতিক সন্দৰ্য্য উপভোগ কৰো।সকলো কাৰ্যকৰ্তাই শৰীৰচৰ্চাৰ বাবে এজনে আনজনক অনুপ্ৰেৰিত কৰাৰ প্ৰথা অতিকৈ উৎসাহজনক৷ এই শক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাক স্পৰ্শ কৰক৷