ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, অসমৰ সাংসদ তথা দলৰ দক্ষ নেতা দিলীপ শইকীয়া ডাঙৰীয়াক দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ঝাৰখণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰিছে।

দুয়োখন ৰাজ্যৰ প্ৰভাৰীৰ দায়িত্ব লাভ কৰা শইকীয়া ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ।

Image may contain: 4 people, people standing