#সুপ্ৰভাত কাৰ্যকৰ্তাসকলঃ প্ৰতিজন কাৰ্যকৰ্তাকে শৰীৰ চৰ্চাৰ মাজেৰে নিজৰ স্বাস্থ্য কুশলে ৰাখি দল আৰু ৰাইজৰ সেৱা নিৰন্তৰভাৱে কৰি যাবলৈ অনুৰোধ জনাইছোঁ।

#সুপ্ৰভাত কাৰ্যকৰ্তাসকলঃ

#GoodMorning

#Countdown আৰম্ভ হৈ গৈছে; নিৰ্বাচনলৈ মাত্ৰ ১৪২ দিন বাকী ৰৈছে৷

প্ৰতিজন কাৰ্যকৰ্তাকে শৰীৰ চৰ্চাৰ মাজেৰে নিজৰ স্বাস্থ্য কুশলে ৰাখি দল আৰু ৰাইজৰ সেৱা নিৰন্তৰভাৱে কৰি যাবলৈ অনুৰোধ জনাইছোঁ।

#আন্তৰিক_অনুৰোধঃ

স্বাস্থ্য ভালে থাকিবলৈ আমাৰ চৌপাশৰ পৰিৱেশ, বায়ুমণ্ডল স্বাস্থ্যকৰ তথা বিশুদ্ধ হৈ থকাটো অতি প্ৰয়োজন। চৌপাশৰ পৰিৱেশ বিশুদ্ধ থাকিলেহে আমাৰ স্বাস্থ্য ভালে থাকিব সেয়ে দীপাৱলীৰ এই শুভক্ষণত সকলোকে আহ্বান জনাইছোঁ- দীপাৱলীৰ সময়খিনিত যাতে অত্যাধিক ফটকা- আটচবাজী ফুটাই বায়ুমণ্ডল প্ৰদূষিত নকৰে।

পাৰ্যমানে আধ্যাত্মিকভাৱে দীপাৱলী উদযাপন কৰি বায়ুমণ্ডল তথা আমাৰ চৌপাশৰ পৰিৱেশ সুস্থ ৰাখিবলৈ অনুৰোধ জনাইছোঁ।

গ্ৰীণ দীপাৱলী উদযাপন কৰি পক্ষী কুল, জীৱ কুল তথা সমগ্ৰ পৰিবেশ সুস্থ ৰখাৰ আহক সকলোৱে পণ লওঁ।

Image may contain: 1 person, standing, tree, outdoor and nature