স্বাভিমানী অসমীয়া তথা স্বাভিমানী ভাৰতীয়ক পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভকামনা যাচিলোঁমাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লক্ষ্য ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সফল ৰূপায়ণ কৰাত আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগিব৷ পোহৰৰ উৎসৱ দীপাৱলী উদ্ যাপন কৰোতে থলুৱা সামগ্ৰী ক্ৰয় কৰি স্থানীয় শিল্পী আৰু ব্যৱসায়-বাণিজ্যত সকলোৱে উদগনি যোগাও আহক৷আহক আমি সকলোৱে সংকল্পবদ্ধ হৈ দীপাৱলীত থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ স্বাভিমানী থলুৱা শিল্পীসকলক উৎসাহিত কৰোঁ৷