আগন্তুক বিটিচি নিৰ্বাচনৰ হেঁতু আজি ওদালগুৰি জিলাৰ নানৈ চাৰফেং ত আজি আমাৰ দলৰ প্ৰাৰ্থী সঞ্জীব তাঁতীৰ হৈ এক বিশাল জনসভা সম্বোধন কৰোঁ।

আগন্তুক বিটিচি নিৰ্বাচনৰ হেঁতু আজি ওদালগুৰি জিলাৰ নানৈ চাৰফেং ত আজি আমাৰ দলৰ প্ৰাৰ্থী সঞ্জীব তাঁতীৰ হৈ এক বিশাল জনসভা সম্বোধন কৰোঁ।জনসভাত ৰাইজৰ উপস্থিতি, সহযোগ আৰু স্থানীয় কাৰ্যকৰ্তা সকলৰ উদ্যমে আমাৰ দলৰ প্ৰাৰ্থীৰ যে বিজয় নিশ্চিত তাক পুনৰ এবাৰ প্ৰমাণ কৰিছে।বিটিচিৰ শাসনভাৰ ৰাইজে বিজেপি দলক অৰ্পন কৰা পাছতেই অঞ্চলটোৰ ৰাইজৰ সকলো অভাৱ-অভিযোগ দূৰ কৰাৰ বাবে অতি ক্ষীপ্ৰতাৰে কাম কৰা হ’ব।বিটিচি অঞ্চলৰ ৰাইজক প্ৰয়োজনীয় সকলো অধিকাৰ প্ৰদান কৰাৰ বাবে আমাৰ দল বদ্ধপৰিকৰ ।