“১২ হাজাৰ সমৰ্থকৰ উপস্থিতিত বিটিএডিৰ মথনগুৰিত নিৰ্বাচনী সভা”ৰাজ্য চৰকাৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াৰ সহিতে প্ৰায় ১২ সহস্ৰাধিক জনসাধাৰণৰ উপস্থিতিত আজি ২০ নং মথনগুৰি সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা নিৰ্বাচনী জনসভা সম্বোধন কৰোঁ।

“১২ হাজাৰ সমৰ্থকৰ উপস্থিতিত বিটিএডিৰ মথনগুৰিত নিৰ্বাচনী সভা”ৰাজ্য চৰকাৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াৰ সহিতে প্ৰায় ১২ সহস্ৰাধিক জনসাধাৰণৰ উপস্থিতিত আজি ২০ নং মথনগুৰি সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা নিৰ্বাচনী জনসভা সম্বোধন কৰোঁ।ৰাইজৰ সহযোগিতা আৰু আশীষ লৈ বিটিচিৰ শাসন ভাৰ আমাৰ দলে গ্ৰহণ কৰাৰ পিছতেই বিটিচিত যে প্ৰগতিৰ সোণালী অধ্যায় আৰম্ভ হ’ব এই কথাও এশ শতাংশ নিশ্চিত।বিটিচি ৰাইজৰ সকলো প্ৰকাৰৰ অভাৱ- অভিযোগ শেষ কৰি বিটিচিত প্ৰগতিৰ নতুন দিগন্ত আনিবলৈ আমাৰ দল সম্পূৰ্ণ সাজু।