আজি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ কাৰ্যকৰ্তাসকলৰ লগত একেলগে প্ৰাতঃভ্ৰমণ কৰি নথৈ আনন্দিত হ’লো৷

#নিৰ্বাচনলৈ_সম্ভবত: 140 Days বাকী ৰৈছে৷

#Countdown আৰম্ভ হৈ গৈছে;কাৰ্যকৰ্তা বন্ধুসকলক শৰীৰ চৰ্চাৰ মাজেৰে নিজৰ শৰীৰ সুস্থ ৰাখি দল আৰু ৰাইজৰ সেৱা অব্যাহত ৰাখিবলৈ আৰু সংগঠনৰ কাৰ্যসূচীসমূহ সফল কৰিবলৈ নিতৌ ৰাতিপুৱা শৰীৰচৰ্চাৰ মাজেৰে নিজৰ শৰীৰ সুস্থ ৰাখিবলৈ কাৰ্যকৰ্তা বন্ধুসকলক অনুৰোধ জনাইছোঁ।আজি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ কাৰ্যকৰ্তাসকলৰ লগত একেলগে প্ৰাতঃভ্ৰমণ কৰি নথৈ আনন্দিত হ’লো৷#সুপ্ৰভাত কাৰ্যকৰ্তাসকলঃ#GoodMorning#2021FORFITBJP#countdown 140 to #VS21.

Moments from my morning walk with @BJP4Assam karyakartas of Dhubri.

Dedication to maintain your best self is proof of possessing the quality of being consistent. To support the party to 💯 give your body 💯 so as to meet our goal of 💯+