
#ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছোঁ
এগৰাকী প্ৰাক্তন সংবাদকৰ্মী হিচাপে মই সংবাদ সেৱা কিদৰে এক প্ৰত্যাহ্বান আৰু কষ্টৰে ভৰা এটি কৰ্ম এই কথাক ভাল দৰে বুজোঁ তথা উপলব্ধি কৰোঁ।”কলম তৰোৱালতকৈ শ্ৰেষ্ঠ” এই কথাক সৰোগত কৰি প্ৰতিগৰাকী সংবাদ সেৱী বন্ধুক গণতন্ত্ৰৰ স্তম্ভ হিচাপে সদায় সত্যৰ পক্ষত থাকি নিভীৰ্ক, নিৰপেক্ষ সাংবাদিকতাৰ দৃষ্টান্ত হৈ কাম কৰিবলৈ অনুৰোধ জনাইছোঁ।প্ৰতিগৰাকী সংবাসসেৱী বন্ধুৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।