জন্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তত পাকিস্থানী সৈন্যৰ সৈতে হোৱা গুলীয়াগুলীত দেশমাতৃৰ সুৰক্ষাৰ হেতু নিজৰ সৰ্বোচ্চ ত্যাগ দিয়া দেশ তথা অসমৰ সুযোগ্য সন্তান বীৰ শ্বহীদ হৰধন ৰায়ৰ বাসগৃহত উপস্থিত হৈ বীৰজনক শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰাৰ লগতে পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনক সমবেদনা জ্ঞাপন কৰোঁ ৷
আশা কৰিছো এনেকুৱা বীৰ সন্তান প্ৰতিঘৰতে জন্ম হওঁক ৷ আমি সমগ্ৰ অসমবাসী গৌৰৱান্বিত এনেকুৱা সুযোগ্য সন্তান পাই ৷








