#নিৰ্বাচনলৈ_সম্ভৱতঃ 139 দিন বাকী আছে…
#Countdown চলি আছে …
“মানুহৰ আটাইবোৰ মানসিক গুণৰ ভিতৰত আটাইতকৈ বিৰল মূল্যবান গুণটো হ’ল ধৈর্য ৷ বহুত মানুহে মানসিক গুণাৱলী লৈ জন্মগ্রহণ কৰে। কিন্তু সেইবোৰ কামত খটাই জীৱনৰ উৎকর্ষ সাধন কৰিবলৈ ধৈর্যশীল পৰিশ্রমৰ প্রয়োজন ৷”
কাৰ্যকৰ্তা বন্ধুসকল শৰীৰচৰ্চা কৰি নিজক সুস্থ ৰাখক এইয়া আপোনালোকৰ প্ৰতি বিনম্ৰ আহ্বান৷
#সুপ্ৰভাত
#GoodMorning
#2021forfitbjp







