“ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ৷ — স্বামী বিবেকানন্দ

নিৰ্বাচনলৈ_সম্ভৱতঃ 138 দিন বাকী আছে…#Countdown চলি আছে ….”ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ৷ — স্বামী বিবেকানন্দ “প্ৰতিজন কাৰ্যকৰ্তা বন্ধুকে শৰীৰচৰ্চা অব্যাহত ৰাখি নিজক সুস্থ ৰাখিবলৈ বিনম্ৰ আহ্বান জনালোঁ৷

#সুপ্ৰভাত

#GoodMorning

#2021FITFORBJP