প্ৰতিজন কাৰ্যকৰ্তাৰ অপৰিসীম ত্যাগ, কষ্ট আৰু সেৱা মনোভাৱৰ বাবেই ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি বৰ্তমান সময়ত অন্য ৰাজনৈতিক দলতকৈ অধিক শক্তিশালী হোৱাৰ লগতে কাৰ্যকৰ্তা সকলে নিজ দায়িত্ব নিষ্ঠা আৰু সততাৰে নিৰন্তৰভাৱে কৰি অহাৰ বাবেই সাধাৰণ জনগণৰ বুকুত ভাৰতীয় জনতা পাৰ্টিয়ে আজি এক আস্থা আৰু বিশ্বাসেৰে ভৰা এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে।নিষ্ঠাৰে দল আৰু ৰাইজৰ সেৱা কৰি অহা প্ৰতিজন কাৰ্যকৰ্তাৰ ত্যাগ আৰু কষ্টক মোৰ চেল্যুৎ।আপোনাসৱৰ উদ্যম, ত্যাগ আৰু সততাক মোৰ শত নমস্কাৰ।





