আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়াৰ সৈতে এখনি সভাত অংশগ্ৰহণ কৰোঁ ৷

আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়াৰ সৈতে এখনি সভাত অংশগ্ৰহণ কৰোঁ ৷ আজিৰ এই সভাত আগন্তুক বিটিএডিৰ পৰিষদীয় আৰু তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত বিভিন্ন দিশ সাঙুৰি কিছু আলোচনাত মিলিত হওঁ৷ ইয়াত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আগন্তুক নিৰ্বাচনত দলৰ স্থিতি সুদৃঢ় কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰি ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ সকলোকে আহ্বান জনাওঁ ৷