#নিৰ্বাচনলৈ_সম্ভৱত 136 দিন বাকী আছে…
#Countdown চলি আছে ….
দলীয় কামত দিল্লীলৈ অহাৰ বাবে আজি পুৱা দেশৰ ৰাজধানীৰ দিল্লীৰ ৰাজপথত সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা দেৱৰ সৈতে প্ৰাতঃভ্ৰমণ কৰোঁ ৷ ৰাজধানী দিল্লীৰ ৰাজপথত প্ৰাতঃভ্ৰমণ কৰাৰ লগতে ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশটোৰ আমেজ লৈ যথেষ্ট আনন্দিত হওঁ ৷ …
#সুপ্ৰভাত
#GoodMorning
#2021FITFORBJP








