সুপ্ৰভাত কাৰ্যকৰ্তা বন্ধুসকল আজি সমগ্ৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে যি সভা অনুষ্ঠিত কৰিবলৈ লৈছে তাৰ বাবে সকলো কাৰ্যকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷

#নিৰ্বাচনলৈ_সম্ভবত: 135 Days বাকী ৰৈছে ৷

#Countdown আৰম্ভ হৈ গৈছে;

সুপ্ৰভাত কাৰ্যকৰ্তা বন্ধুসকল আজি সমগ্ৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে যি সভা অনুষ্ঠিত কৰিবলৈ লৈছে তাৰ বাবে সকলো কাৰ্যকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷ অসমৰ প্ৰতিখন পঞ্চায়ত অৰ্ন্তভুক্ত গাওঁৰ ৰাইজে চৰকাৰে ৰূপায়ন কৰা আচঁনি সমূহৰ সুবিধা পাবলৈ সক্ষম হৈছে ৷ দলৰ প্ৰতিজন নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে এই আচঁনি সমূহৰ সুবিধা পোৱা হিতাধিকাৰি সকলৰ ঘৰলৈ গৈ তেওঁলোকৰ তালিকা প্ৰস্তুত কৰাৰ বাবে মই আপোনালোকক আহ্বান জনালোঁ ৷

লগতে শৰীৰ চৰ্চাৰ মাজেৰে নিজৰ শৰীৰ সুস্থ ৰাখি দল আৰু ৰাইজৰ সেৱা অব্যাহত ৰাখিবলৈ আৰু সংগঠনৰ কাৰ্যসূচীসমূহ সফল কৰিবলৈ নিতৌ ৰাতিপুৱা শৰীৰচৰ্চাৰ মাজেৰে নিজৰ শৰীৰ সুস্থ ৰাখিবলৈ কাৰ্যকৰ্তা বন্ধুসকলক অনুৰোধ জনাইছোঁ।