সন্মানীয়, পৃষ্ঠাপ্ৰমুখ বন্ধুসকল, আপোনালোক সাজু নে ?আপোনাসৱৰ পৃষ্ঠাত থকা ভোটাৰ ৰাইজক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণমুলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰি তথা আঁচনি সমূহৰ ফলপ্ৰসু ৰূপায়নৰ বাবে সেৱা আগবঢ়াই জনতা-জনাৰ্দনৰ সেৱা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছোঁ।

নিৰ্বাচনলৈ_সম্ভৱতঃ 134 দিন বাকী আছে…

#Countdown চলি আছে ….সন্মানীয়, পৃষ্ঠাপ্ৰমুখ বন্ধুসকল, আপোনালোক সাজু নে ?আপোনাসৱৰ পৃষ্ঠাত থকা ভোটাৰ ৰাইজক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণমুলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰি তথা আঁচনি সমূহৰ ফলপ্ৰসু ৰূপায়নৰ বাবে সেৱা আগবঢ়াই জনতা-জনাৰ্দনৰ সেৱা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছোঁ।#সুপ্ৰভাত#GoodMorning