আজি বগামাটিস্থিত বাথৌ মন্দিৰ দৰ্শন কৰি এভাগি সেৱা আগবঢ়াও ৷ মই যথেষ্ট উৎফুল্লিত হোৱাৰ উপৰিও মনত এক নিৰ্মল প্ৰশান্তি অনুভৱ কৰিছোঁ সেৱাভাগ কৰিবলৈ পাই ৷