আগন্তুক তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভে আজি নিশা প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয় ৷ এই সভাত অনাগত দিনত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত বিষয়ববীয়াসকলৰ সৈতে বিশদভাৱে আলোচনাত মিলিত হওঁ ৷

আগন্তুক তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভে আজি নিশা প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয় ৷ এই সভাত অনাগত দিনত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত বিষয়ববীয়াসকলৰ সৈতে বিশদভাৱে আলোচনাত মিলিত হওঁ ৷ দলীয় ভেটি সুদৃঢ় কৰি আগন্তুক নিৰ্বাচনৰ বাবে সকলোকে সাজু হ’বলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়োজনীয় ৰণকৌশল তৈয়াৰ কৰি বিভিন্ন বিভাগৰ নেতা-কৰ্মীৰ পৰা তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তালৈকে সকলোকে প্ৰস্তুত হ’বলৈ আহ্বান জনাওঁ ৷এই সভাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ দেৱৰ উপৰিও সাংসদ তথা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ তত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰা হৰেণ সিং বে ডাঙৰীয়া উপস্থিত থাকে ৷