বিশিষ্ট শিক্ষাবিদ সন্মানীয় সন্তোষ কুমাৰ তপ্ন’ দেৱৰ জন্মদিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ

বিশিষ্ট শিক্ষাবিদ সন্মানীয় সন্তোষ কুমাৰ তপ্ন’ দেৱৰ জন্মদিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ৷তপ্ন’ দেৱে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ সৰ্বাঙ্গীণ উন্নয়ণৰ হকে জীৱনযোৰা প্ৰচেষ্টাৰে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে ৷ সেইয়া আমাৰ সকলোৰে বাবে অনুকৰণীয় হৈ ৰ’ব ৷