“দেশপ্ৰেমৰ জ্বলন্ত উদাহৰণ বীৰ লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা লাচিত দিৱসত বীৰজনাক মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ৷

ছশবছৰীয়া আহোম ৰাজত্বৰ মহানায়ক আছিল সেনাপতি #লাচিত_বৰফুকন ৷ অপৰিসীম পৰাক্ৰম তথা বুদ্ধিমত্তাৰে বিখ্যাত শৰাইঘাটৰ ৰণত মোগলক পৰাভূত কৰি পৰাধীনতাৰ শিকলি চিঙি অসমক স্বাধীন কৰিছিল ৷ প্ৰবাদ আছে যে এইজনা বীৰে কামত হেলা কৰা বাবে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰি কৈছিল – “দেশতকৈ মোমাই ডাঙৰ নহয় ৷”দেশপ্ৰেমৰ জ্বলন্ত উদাহৰণ বীৰ লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা লাচিত দিৱসত বীৰজনাক মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ৷ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীকে লাচিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷