“সংবিধান দিৱস” উপলক্ষে ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ ড° ভীমৰাও ৰামজী আম্বেদকাৰদেৱৰ লগতে সংবিধান প্ৰণয়নৰ সৈতে জড়িত তথা ভাৰতবৰ্ষক এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত জিলিকাই তোলা প্ৰতিগৰাকী মহান ব্যক্তিক আজিৰ দিনটোত সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ ৷