শ্ৰীৰামপুৰত_বিজেপি_সমৰ্থিত_নিৰ্দলীয়_প্ৰাৰ্থী_সঞ্জীৱ_দত্তৰ_বিজয়_সুনিশ্চিত

সমাগত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ আজিৰ দিনটোৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰোঁ শ্ৰীৰামপুৰত। এই সভাত মোৰ সহিতে নেডাৰ আহ্বায়ক মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰী ডাঙৰীয়া আৰু দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷

জনসভাখনিত উপস্থিত হৈ ৰাইজৰ উৎসাহ-উদ্দীপনা আৰু কাৰ্যকৰ্তা সকলৰ উদ্যম প্ৰত্যক্ষ কৰি এটা কথা নিশ্চিত হৈছোঁ যে সমাগত বিটিচিৰ নিৰ্বাচনত আমাৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ দত্তৰ বিজয় সুনিশ্চিত ৷