নিৰ্বাচনলৈ_সম্ভৱতঃ 128 দিন বাকী আছে…
#Countdown চলি আছে ….
#সুপ্ৰভাতঃ
কাৰ্যকৰ্তা বন্ধুসকল, পুৱা বৰপেটাত কিছু সময় শৰীৰ চৰ্চা কৰাৰ পিছত আজি পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া “বুথ কি বাত” অনুষ্ঠানৰ বাবে সাজু হৈছো ৷ আশাকৰোঁ আপোনালোকো সম্পূৰ্ণভাৱে সাজু হৈছে ৷কাৰ্যকৰ্তা বন্ধু সকল, আপোনাসৱৰ স্বাস্থ্য কুশলে ৰখাৰ অৰ্থে নিয়মিত শৰীৰ চৰ্চা অব্যাহত ৰাখক। নিয়মিত ব্যায়ামৰ মাজেৰে শৰীৰ, মন সুস্থ ৰাখি নিৰন্তৰ ৰাইজৰ সেৱাত সদায় নতুন উদ্যমৰে আত্মনিয়োগ কৰাৰ শক্তি নিজৰ পৰাই অৰ্জন কৰক।







