অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ ভীমবৰ দেউৰী দেৱক আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ #ভীমবৰ_দেউৰী দেৱক আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়া আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰা শ্ৰদ্ধাৰ দেউৰী দেৱ তেখেতৰ কৰ্মৰাজীৰ বাবে অসমবাসীৰ মনত চিৰস্মৰণীয় হৈ ৰ’ব ৷