দিহীৰাত আমাৰ দলৰ প্ৰাৰ্থী #কনষ্টেন্ট_তিৰ্কীৰ হৈ বিশাল জনসভা সম্বোধন কৰোঁ। জনসভাত ৰাইজৰ বিপুল সঁহাৰিয়ে তিৰ্কী ডাঙৰীয়াৰ জয় নিশ্চিত কৰিছে।

দিহীৰাত বিজেপি প্ৰাৰ্থী  কনষ্টেন্ট তিৰ্কীৰ বিজয় নিশ্চিত সমাগত বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিত বিজয়ৰ দিশে গতি কৰিছে। ৰাইজৰ সকলো অভাৱ-অভিযোগ কেৱল যে ভাৰতীয় জনতা পাৰ্টিয়েহে দূৰ কৰিব পাৰিব এই কথা আন্তৰিকতাৰে বিশ্বাস কৰিছে কিয়নো মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ দৃষ্টান্ত মুলক প্ৰগতিৰ কাম বিটিচিৰ ৰাইজে ইতিমধ্যেই প্ৰত্যক্ষ কৰিছে।আজি #দিহীৰাত আমাৰ দলৰ প্ৰাৰ্থী #কনষ্টেন্ট_তিৰ্কীৰ হৈ বিশাল জনসভা সম্বোধন কৰোঁ। জনসভাত ৰাইজৰ বিপুল সঁহাৰিয়ে তিৰ্কী ডাঙৰীয়াৰ জয় নিশ্চিত কৰিছে।আজিৰ এই বিশাল জনসভাত মোৰ সহিতে উপস্থিত থাকে মাননীয় সাংসদ ভুৱেনেশ্বৰ কলিতা ডাঙৰীয়া, ৰাজ্যিক উপ- সভানেত্ৰী ৰেখাৰাণী দাস বড়ো আৰু ৰাজ্যিক উপ সভাপতি জয়ন্ত দাস ডাঙৰীয়া।