বিশ্বাস, পৰম্পৰাৰ মাজেৰে, নিজস্ব স্বকীয়তাৰে আমাৰ গ্ৰাম্য সমাজত পালিত হোৱা “মহোহো” উৎসৱে সাংস্কৃতিক ক্ষেত্ৰখনত আমাক চহকী কৰি ৰখাত অন্যতম সোপান যোগান ধৰি আহিছে।

অসমীয়া সংস্কৃতিৰ এটি অনন্য লোক উৎসৱ হৈছে ”মহোহো”। বিশ্বাস, পৰম্পৰাৰ মাজেৰে, নিজস্ব স্বকীয়তাৰে আমাৰ গ্ৰাম্য সমাজত পালিত হোৱা “মহোহো” উৎসৱে সাংস্কৃতিক ক্ষেত্ৰখনত আমাক চহকী কৰি ৰখাত অন্যতম সোপান যোগান ধৰি আহিছে।আজি বজালী জিলাৰ কেন্দুগুৰীত অনুষ্ঠিত হোৱা “মহোহো” উৎসৱ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি যথেষ্ট সন্তোষ লভিলোঁ।আমাৰ চহকী কৃষ্টি- সংস্কৃতিসমূহ এনেদৰেই সময়ৰ বুকুত স্বাভিমানৰে জীয়াই থাকক।