আজি ওডালগুৰি জিলাৰ ভেড়গাঁও সমষ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰায় ২০ কিলোমিটাৰতকৈ অধিক পথ ১৫ শ তকৈও অধিক বাইকেৰে মোক আদৰণি জনায় ৷ অতিকৈ দৃষ্টিনন্দন দৃশ্য আছিল এই বাইক ৰেলীটো ৷কাৰ্যকৰ্তাসকলৰ উদ্যম আৰু উৎসাহ-উদ্দীপনা দেখি মই অভিভূত হৈ পৰিলো ৷ এনেধৰণেই সকলোৱে উদ্যমী হৈ কাম কাজ কৰি গ’লে আমাৰ দলৰ প্ৰাৰ্থী #ফটিক_কছাৰী দেৱৰ বিজয় সুনিশ্চিত ৷







