আজি কোকৰাঝাৰ জিলাৰ গোমাৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নিলেশ্বৰ_ৰয়ৰ হৈ প্ৰচাৰ জনসভা সম্বোধন কৰোঁ।

আজি কোকৰাঝাৰ জিলাৰ গোমাৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী #নিলেশ্বৰ_ৰয়ৰ হৈ প্ৰচাৰ জনসভা সম্বোধন কৰোঁ। ৰাইজৰ পাৰ ভঙা উচাহ আৰু সমৰ্থনে ৰয় ডাঙৰীয়াৰ জয় নিশ্চিত কৰিছে।

#নিলেশ্বৰ_ৰয় ডাঙৰীয়াৰ নিশ্চিত বিজয়ৰ পিছতেই আমি সমগ্ৰ অঞ্চলটিত সকলোৰে সহযোগত উন্নয়ণৰ অবিৰত যাত্ৰাৰে নতুন দিগন্তৰ সূচনা কৰিবলৈ সাঁজু হৈছোঁ।সভাত মোৰ সৈতে বিধায়ক অশোক সিংঘাল দেৱ আৰু অভিনেতা যতীন বৰা দেৱ উপস্থিত থাকে ৷