সমগ্ৰ বিটিচিতে এইবেলি পদুম ফুলিব। বিটিচিৰ অন্যতম পৰিষদীয় সমষ্টি ফকৰিগ্ৰামটো বিজেপিৰ জয় এশ শতাংশ নিশ্চিত।

সমগ্ৰ বিটিচিতে এইবেলি পদুম ফুলিব। বিটিচিৰ অন্যতম পৰিষদীয় সমষ্টি ফকৰিগ্ৰামটো বিজেপিৰ জয় এশ শতাংশ নিশ্চিত। সমষ্টিটোৰ আমাৰ দলৰ প্ৰাৰ্থী #অৰূপ_কুমাৰ_দে‘ ৰ হৈ আজি প্ৰচাৰ জনসভা সম্বোধন কৰাৰ উপৰিও সমষ্টিটোৰ বহুকেইখন ব্যৱসায় প্ৰতিষ্ঠানলৈ গৈ তেখেতসকলৰ মনৰ কথাৰ বুজ লওঁ ৷ আমি ৰাইজৰ আদৰ আৰু আগ্ৰহ দেখি দে’ ডাঙৰীয়া বিপুল ভোটত জয়ী হ’ব বুলি এশ শতাংশ নিশ্চিত হৈছোঁ। সমগ্ৰ বিটিচিৰ লগতে ইয়াতো বিজেপি দলৰ শক্তিশালী স্থিতিয়ে আমাক সেৱা কৰাৰ নতুন সাহস দিছে।