বিটিচি পৰিষদীয় সমষ্টি চালাকাটিত বিজেপি দলৰ প্ৰাৰ্থী #কবিতা_বসুমতাৰীৰ হৈ প্ৰচাৰ জনসভা সম্বোধন কৰোঁ ৷ সমষ্টিটোত বসুমতাৰী ডাঙৰীয়ানীৰ জনপ্ৰিয়তা আৰু ৰাইজৰ বিপুল সহাঁৰিয়ে তেখেত বিজয় নিশ্চিত কৰিছে।আজি দিনটোত সমাগত বিটিচি নিৰ্বাচনৰ হেতুঁ অংশ লোৱা প্ৰচাৰ জনসভাত তথা স্থানীয় ৰাইজক সাক্ষাৎৰ সময়খিনিত এটা কথা নিশ্চিত হৈছোঁ যে বিটিচিৰ সকলো স্তৰৰ ৰাইজে আন্তৰিকতাৰে এইবেলি বিজেপিয়ে বিটিচিত একক ভাৱে চৰকাৰ গঠন কৰাটো বিচাৰিছে।
ৰাইজৰ আন্তৰিকতাক শ্ৰদ্ধাৰে গ্ৰহণ কৰি আমিও আন্তৰিকতাৰে ৰাইজৰ সেৱা অব্যাহত ৰাখিম।





