এইবাৰ মানস চেৰফাঙত হ’ব প্ৰগতি শাসনলৈ আহিব বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ মানস চেৰফাঙৰ প্ৰাৰ্থী #শিৱনাথ_বহ্মৰ হৈ আজি সম্বোধন কৰো বিশাল নিৰ্বাচনী জনসভা।

#এইবাৰ_মানস_চেৰফাঙত_হ‘ব_প্ৰগতি_শাসনলৈ_আহিব_বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ #মানস_চেৰফাঙৰ প্ৰাৰ্থী #শিৱনাথ_বহ্মৰ হৈ আজি সম্বোধন কৰো বিশাল নিৰ্বাচনী জনসভা। জনসভাত স্থানীয় ৰাইজৰ উষ্ম আদৰণি আৰু অকৃত্ৰিম মৰমে মনত দিলে ন উদ্যম আৰু নিৰন্তৰ ৰাইজৰ সেৱা কৰি যাবলৈ অফুৰন্ত শক্তি।

ৰাইজৰ আশীষেৰে মানস চাৰফাং সমষ্টিত শিৱনাথ বহ্মৰ বিজয় নিশ্চিত। ৰাইজৰ আশীষ লৈ সমষ্টিটোত বহ্ম ডাঙৰীয়াই দলৰ কাৰ্যকৰ্তাসকলৰ সহযোগত ৰাইজৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা কৰি যাবলৈ দৃঢ়তাৰে মন বান্ধিছে। ৰাইজক বহ্ম ডাঙৰীয়াক বিপুল ভোটেৰে জয়ী কৰি সমষ্টিটোত প্ৰগতিৰ নতুন বাট মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই সভাত মোৰ লগতে মাননীয় মন্ত্ৰী যোগেন মহন দেৱ আৰু ৰাজ্যিক সম্পাদক কৃষ্ণমনি চুতীয়া দেৱ উপস্থিত থাকে ৷