কাৰ্যকৰ্তা বন্ধুসকল, ব্যস্ততাৰ মাজতো মই প্ৰতিদিনে পুৱা প্ৰাতঃভ্ৰমণৰ জৰিয়তে শৰীৰচৰ্চা অব্যাহত ৰাখিছো ৷ আশাকৰোঁ আপোনালোকেও নিজৰ শৰীৰৰ যত্ন নিয়মিতভাৱে লৈ আহিছে ৷

নিৰ্বাচনলৈ_সম্ভৱতঃ 121 দিন বাকী আছে…

#Countdown চলি আছে …. “সকলো মানুহৰে সদগুণ যিদৰে থাকে, অসৎ গুণো ঠিক তেনেদৰে থাকে ৷ অসৎখিনিৰ পৰা সৎখিনি বাছি ল’ব পৰাটোহে মানুহৰ কৃতিত্ব ৷” – হেম বৰুৱা

কাৰ্যকৰ্তা বন্ধুসকল,

ব্যস্ততাৰ মাজতো মই প্ৰতিদিনে পুৱা প্ৰাতঃভ্ৰমণৰ জৰিয়তে শৰীৰচৰ্চা অব্যাহত ৰাখিছো ৷ আশাকৰোঁ আপোনালোকেও নিজৰ শৰীৰৰ যত্ন নিয়মিতভাৱে লৈ আহিছে ৷ সময় কমি আহিছে, নিৰ্বাচনৰ দিন চমু চাপি আহিছে ৷ গতিকে বন্ধুসকল, সাজু হওঁক সকলো ফালৰ পৰা ৷