ভাৰতৰ এজন আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক ড° ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ স্মৃতিদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

ভাৰতৰ এজন আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক ড° ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ স্মৃতিদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

তেখেত কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল ৷ ড° আম্বেদকাৰ দেৱ ভাৰতীয় সংবিধান সভাৰ সদস্য আছিল আৰু ১৯৪৭ চনত তেওঁ সংবিধান খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি হৈছিল আৰু ভাৰতীয় সংবিধান ৰচনা কৰিছিল ৷