ফকিৰাগ্ৰামত_পদুমে_মেলিব_পাহি_আকাশে_বতাহে_গুঞ্জৰিত_সেয়ে_বিজেপি_বিজেপি ফকিৰাগ্ৰামত আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী #অৰূপ_কুমাৰ_দে’ ডাঙৰীয়াৰ হৈ এখন বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰোঁ।

#ফকিৰাগ্ৰামত_পদুমে_মেলিব_পাহি_আকাশে_বতাহে_গুঞ্জৰিত_সেয়ে_বিজেপি_বিজেপি ফকিৰাগ্ৰামত আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী #অৰূপ_কুমাৰ_দে‘ ডাঙৰীয়াৰ হৈ এখন বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰোঁ। জনসভালৈ অতি আন্তৰিকতাৰে ৰাইজৰ আগমন আৰু উদ্যমেৰে বিজেপিৰ জয়গান গোৱাৰ নান্দনিক দৃশ্যই আমাক ফকিৰাগ্ৰামত বিজেপিৰ সুনিশ্চিত বিজয়ৰ বিশ্বাস প্ৰদান কৰিলে। দে’ ডাঙৰীয়াৰ নিশ্চিত বিজয়ৰ পিছতেই ফকিৰাগ্ৰাম সমষ্টিত যে নিৰন্তৰ উন্নয়ণৰ কাম হ’ব এই কথা মই স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। আজিৰ এই সভাত মোৰ উপৰিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকে ৷