বিটিচিত এইবাৰ অন্ত পৰিব অপশাসন হব কেৱল বিকাশ আৰু উন্নয়ন

#বিটিচিত_এইবাৰ_অন্ত_পৰিব_অপশাসন_হব_কেৱল_বিকাশ_আৰু_উন্নয়নবিটিচিৰ নিৰ্বাচনৰ আজি ওদালগুৰি আৰু বাক্সা জিলাৰ ভোটগ্ৰহণ চলি আছে । সেয়েহে সমূহ ভাৰতীয় জনতা পাৰ্টীৰ প্রার্থী আৰু বিটিএডিৰ আটাইকেইখন জিলাৰ ৰাইজলৈ শুভেচ্ছা জনাইছো ৷তেওঁলোকে এইবাৰ বিটিচিত পৰিৱৰ্তন বিচাৰিছে সেয়েহে মই আশাকৰোঁ যাতে তেখেতসকলে মনে বিচৰা ধৰণে এইবাৰ পৰিৱৰ্তন আঁহক আৰু প্ৰগতি, উন্নয়নেৰে এক ন-ৰূপত বিটিচি উজ্বলি উঠক ৷