কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা সমষ্টিত বিপিএফক পৰিহাৰ কৰক আৰু সকলোৱে বিবেক ভোট প্ৰদান কৰক কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা সমষ্টিত আজি এখন ৰাজহুৱা সভা সম্বোধন কৰোঁ৷

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা সমষ্টিত বিপিএফক পৰিহাৰ কৰক আৰু সকলোৱে বিবেক ভোট প্ৰদান কৰক কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা সমষ্টিত আজি এখন ৰাজহুৱা সভা সম্বোধন কৰোঁ৷ যিহেতু এই সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিব নোৱাৰিলো সেয়েহে উপস্থিত বিশাল সংখ্যক জনগণক মই বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাওঁ ৷ যাতে অনাগত দিনত বিপিএফৰ অপশাসনৰ পৰা মুক্ত হয় আৰু সমষ্টিটোৰ প্ৰগতি তথা উন্নয়ণ সাধন হৈ জাকত-জিলিকা হয় ৷ সভাত উপস্থিত বৃহৎ সংখ্যক ৰাইজৰ ওচৰত মই কৃতজ্ঞ হৈ ৰ’লো ৷ আপোনালোকৰ মৰম, চেনেহ তথা আদৰে মোক তথা কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিলে ৷ আমি আপোনালোকৰ এই চিৰকৃতজ্ঞ ৷ মই প্ৰতিশ্ৰুতি দিছো বিজেপি শাসনলৈ অহাৰ পিছত বিটিচিক ন-ৰূপত গঢ়ি তুলিম ৷