কোকৰাঝাৰ টাউনৰ মাজমজিয়াত বৃহৎ সমদল ৷ “হাগ্ৰামা হতাঔ, বিজেপি লাঔ” ধ্বনিৰে মুখৰিত পৰিৱেশ ৷ কোকৰাঝাৰত আজি বিশাল সমদল ৷

কোকৰাঝাৰ টাউনৰ মাজমজিয়াত বৃহৎ সমদল ৷ “হাগ্ৰামা হতাঔ, বিজেপি লাঔ” ধ্বনিৰে মুখৰিত পৰিৱেশ ৷ কোকৰাঝাৰত আজি বিশাল সমদল ৷ বৃহৎ সংখ্যক ৰাইজ আৰু কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰি কোকৰাঝাৰত কেওফালে বিজেপিময় কৰি তোলা এই পদযাত্ৰাত মোৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰে ৷ আনন্দিত, উৎসাহিত আৰু উৎফুল্লিত ৰাইজৰ মুখত কেৱল বিজেপিৰ জয়গান ৷ হাগ্ৰামা হতাঔ, বিজেপি লাঔ ধ্বনিৰে সমগ্ৰ কোকৰাঝাৰ টাউন উত্তাল কৰি তোলে ৰাইজে ৷ ৰাইজৰ এই আদৰ আপ্যায়নত মুগ্ধ মই ৷ জিন্দাবাদ বিটিচিবাসী ৰাইজ, জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি ৷