আজিৰ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সামৰি কালি আমাৰ দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ আকস্মিক বিয়োগ হোৱা কোকৰাঝাৰ জিলাৰ দতমা সমষ্টিৰ অন্তৰ্গত ২নং ৰাভা পাৰা গাঁওৰ স্বৰ্গীয় মণ্ডল কোঁচ দেৱৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ শোকৰ সমভাগী হোৱাৰ লগতে সদ্যপ্ৰয়াত কোঁচ ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদগতি কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।

আজিৰ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সামৰি কালি আমাৰ দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ আকস্মিক বিয়োগ হোৱা কোকৰাঝাৰ জিলাৰ দতমা সমষ্টিৰ অন্তৰ্গত ২নং ৰাভা পাৰা গাঁওৰ স্বৰ্গীয় মণ্ডল কোঁচ দেৱৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ শোকৰ সমভাগী হোৱাৰ লগতে সদ্যপ্ৰয়াত কোঁচ ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদগতি কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। প্ৰয়াত কোঁচ ডাঙৰীয়াৰ দুই পুত্ৰক সাক্ষাৎ কৰি ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াল যে সদায় তেখেতসকলৰ সৈতে আছে, এই আশ্বাসো প্ৰদান কৰোঁ।