অসমী আইৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ হেতু নিজৰ প্ৰাণ উচৰ্গা কৰা “অসম আন্দোলন”ৰ প্ৰথম গৰাকী বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু এই আন্দোলনত নিজৰ প্ৰাণ উচৰ্গা কৰা প্ৰতি গৰাকী বীৰ শ্বহীদক আজি শ্বহীদ দিৱসৰ পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেত সকলৰ সংগ্ৰাম, ত্যাগ আৰু মাতৃভূমিৰ প্ৰতি থকা প্ৰেম আৰু দায়বদ্ধতাই আমাক চিৰদিন সাহস আৰু প্ৰেৰণা দি যাব।
