১২নং নখোলা সমষ্টিত বিজেপিৰ জয়গান তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ১২নং নখোলা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী তুলসী_বৰদলৈ ৰ হৈ ৰাজহুৱা প্ৰচাৰ জনসভা সম্বোধন কৰো।

#১২নং_নখোলা_সমষ্টিত_বিজেপিৰ_জয়গান তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ১২নং নখোলা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী #তুলসী_বৰদলৈ ৰ হৈ ৰাজহুৱা প্ৰচাৰ জনসভা সম্বোধন কৰো।

সভাত ৰাইজৰ আদৰ আৰু আগ্ৰহে আমাৰ দলৰ প্ৰতি ৰাইজৰ অকৃত্ৰিম আস্থাক আকৌ এবাৰ প্ৰতিপন্ন কৰিছে।সমষ্টিটোৰ ৰাইজৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান এয়ে যে- আপোনাসৱে অকৃত্ৰিমভাবে আপোনাসৱৰ বহুমূলীয়া ভোট বৰদলৈ ডাঙৰীয়াৰ পক্ষে দিয়ক আমিও বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত, বিজেপি দলৰ সবল সহযোগৰে প্ৰগতিৰ বাটত একেলগে খোজ দিম।আজিৰ সভাত দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই ডাঙৰীয়া আৰু ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকে।