তিনিবছৰ প্ৰতীক্ষাৰ পিছত কাৰ্যকৰ্তাসকলৰ বাবে বিটিচিত আজিৰে পৰা বিজেপিৰ মিত্ৰদলৰ চৰকাৰ ৷ ধন্য ধন্য বিটিচিৰ কাৰ্যকৰ্তা, ধন্য ধন্য বিটিচিবাসী ৰাইজ ৷

তিনিবছৰ প্ৰতীক্ষাৰ পিছত কাৰ্যকৰ্তাসকলৰ বাবে বিটিচিত আজিৰে পৰা বিজেপিৰ মিত্ৰদলৰ চৰকাৰ ৷ ধন্য ধন্য বিটিচিৰ কাৰ্যকৰ্তা, ধন্য ধন্য বিটিচিবাসী ৰাইজ ৷ 🙏🙏তিনিবছৰ আগতে আমাৰ একমাত্ৰ এমচিএল জনক EM দিবলৈ অনুৰোধ কৰাত আমাক যি অপমান কৰি পঠালে সেইদিনাই প্ৰতিজ্ঞা কৰিছিলো অহাবাৰ বিটিচিত চৰকাৰ গঠনত আমি মুখ্য ভূমিকা ল’ম ৷ বিটিচিত এখন নিকা চৰকাৰ গঠন কৰাৰ আমি যি সপোন দেখিছিলো সেইয়া সম্ভৱ হৈ উঠিল কেৱল কাৰ্যকৰ্তা সকলৰ নিৰলস প্ৰচেষ্টাৰ ফলত ৷ তেখেতসকলৰ সু-শৃংখলিত পৰিকল্পনা তথা অপৰিসীম ধৈৰ্য, ত্যাগ আৰু কষ্টৰ ফলশ্ৰুতিত এইখিনি সম্ভৱ হৈ উঠিল ৷ কাৰ্যকৰ্তা বন্ধুসকল, সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনলৈকে আমি এনেদৰে সু-শৃংখলিত ভাৱে আগবাঢ়ি যাব লাগিব ৷ আকৌ এবাৰ সমগ্ৰ অসমতে পদুম ফুল ফুলাই বিকাশ, প্ৰগতি আৰু উন্নয়নৰ একমাত্ৰ আস্থাভাজন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক আকৌ এবাৰ বিজয়ী কৰিব লাগিব ৷

#সুপ্ৰভাত

#GoodMorning

#2021FITFORBJP