অসমীয়া বোলছবি জগতৰ বাট মুকলি কৰা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ “জয়মতী” বোলছবিত মূল চৰিত্ৰত অভিনয় কৰা অসমৰ প্ৰথম গৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ বাইদেউৰ মৃত্যু দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।