
“মানুহ হ,মানুহ হ”
-অম্বিকাগিৰি ৰায়চৌধুৰী
“মানুহ হ,মানুহ হ-
কথাই-কামে,চিন্তা-ভাৱে, সাজে-কাছে মানুহ হ’—
মানুহ যদি নোৱাৰ হ’ব,
বাঘ নহ’বি,শগুণ হ’ ।”
“অসম কেশৰী” অম্বিকাগিৰী ৰায়চৌধুৰীক তেখেতৰ জন্মতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।
তেখেতৰ সৃষ্টিৰাজিয়ে অসম আৰু অসমীয়াক সৰ্বদা সাহস, প্ৰেৰণা যোগাই আহিছে ।