হাইলাকান্দি_জিলাৰ_অন্তৰ্গত_কাটলিছড়া_বিধানসভা_সমষ্টিয়ে_বিজেপিৰ_জয়যাত্ৰাত_ল’ব_অন্যতম_ভূমিকাবৰাক ভেলীৰ কৰ্মসূচীৰ আজিৰ দিনটোৰ প্ৰথমখন সাংগঠনিক সভা সম্বোধন কৰোঁ হাইলাকান্দি জিলাৰ অন্তৰ্গত কাটলিছড়া বিধানসভা সমষ্টিত

#হাইলাকান্দি_জিলাৰ_অন্তৰ্গত_কাটলিছড়া_বিধানসভা_সমষ্টিয়ে_বিজেপিৰ_জয়যাত্ৰাত_ল‘ব_অন্যতম_ভূমিকাবৰাক ভেলীৰ কৰ্মসূচীৰ আজিৰ দিনটোৰ প্ৰথমখন সাংগঠনিক সভা সম্বোধন কৰোঁ হাইলাকান্দি জিলাৰ অন্তৰ্গত কাটলিছড়া বিধানসভা সমষ্টিত ৷ কাটলিছড়াৰ সন্মানীয় কাৰ্যকৰ্তা সকলৰ পৰা দলীয় কাম-কাজৰ বুজ লোৱাৰ লগতে, তেখেতসকলৰ সৈতে মত বিনিময় কৰি দলীয় সাংগঠনিক স্থিতি সম্পৰ্কত বুজ ল’লো। অনাগত সময়ত কৰিব লগা কাৰ্যপন্থা সম্পৰ্কটো প্ৰয়োজনীয় পদক্ষেপ, ৰণকৌশল তৈয়াৰ কৰা হয়। কাৰ্যকৰ্তা সকলৰ সৈতে সভা সম্বোধনৰ অন্তত এটা কথা নিশ্চিত হৈছোঁ কাটলিছড়া সমষ্টিত আমাৰ ১০০+ ৰ লক্ষ্যত অন্যতম ভূমিকা গ্ৰহণ কৰি লক্ষ্যত উপনীত হোৱাত যথেষ্ট সহায় কৰিব। ৰাইজৰ প্ৰতি শ্ৰদ্ধাশীল হৈ দলীয় আদৰ্শৰে কাৰ্যকৰ্তা সকলক নিষ্ঠাৰে কাম কৰি যাবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই সাংগঠনিক সভাত মোৰ সৈতে সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ, ডাঃ ৰাজদ্বীপ ৰয়, নেশ্বনেল কাউন্সিল মেম্বাৰ মুন চন্দ্ৰ দাস উপস্থিত থাকে ৷