কাছাৰ জিলাৰ চোনাই বিধানসভা সমষ্টিৰ চোনাই মণ্ডলৰ অন্তৰ্গত ১৫২ নং বুথৰ সভানেত্ৰী চিটি নাথৰ ঘৰত আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ ৷

কাছাৰ জিলাৰ চোনাই বিধানসভা সমষ্টিৰ চোনাই মণ্ডলৰ অন্তৰ্গত ১৫২ নং বুথৰ সভানেত্ৰী চিটি নাথৰ ঘৰত আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ ৷ চিটি নাথৰ পৰিয়ালটোৱে স্থানীয় পৰম্পৰাগত খাদ্যৰে অতি সুন্দৰকৈ আপ্যায়ন কৰালে। তেখেতসকলৰ আতিথ্য তথা তৃপ্তিদায়ক খাদ্য সম্ভাৰে দুপৰীয়াৰ সাঁজটো গ্ৰহণ কৰি মই আপ্লুত হওঁ ৷ এনেদৰে আহাৰ গ্ৰহণ কৰাটো মোৰ বাবে এক অনন্য অভিজ্ঞতা ৷