অসমীয়া সংগীত জগতলৈ অনবদ্য বৰঙণি আগবঢ়াই যোৱা সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ বাইদেউক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধা নিবেদিছোঁ।

অসমীয়া সংগীত জগতলৈ অনবদ্য বৰঙণি আগবঢ়াই যোৱা সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ বাইদেউক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধা নিবেদিছোঁ।

“সোনৰ খাৰু নালাগে মোক”, “জোনধনে জোনালীতে” আদিৰ দৰে বহু চিৰযুগমীয়া গীতত কণ্ঠদান কৰি অসমীয়া সংগীত জগতখনি চহকী কৰি থৈ যোৱা বাইদেউৰ প্ৰতিটো অৱদানে বাইদেউক আমাৰ মাজত আজীৱন জীয়াই ৰাখিব।