বৰাকভেলীৰ কৰিমগঞ্জ জিলাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দলীয় পতাকা উত্তোলন কৰি উদ্বোধনী বক্তব্য আগবঢ়াওঁ ৷ কাৰ্যকৰ্তা সকলৰ উদ্যম আৰু উৎসাহে নিশ্চিতি প্ৰদান কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত ১০০+ লক্ষ্যত উপনীত হোৱাত কৰিমগঞ্জৰ ভূমিকা হ’ব অন্যতম ৷

বৰাকভেলীৰ কৰিমগঞ্জ জিলাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দলীয় পতাকা উত্তোলন কৰি উদ্বোধনী বক্তব্য আগবঢ়াওঁ ৷ কাৰ্যকৰ্তা সকলৰ উদ্যম আৰু উৎসাহে নিশ্চিতি প্ৰদান কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত ১০০+ লক্ষ্যত উপনীত হোৱাত কৰিমগঞ্জৰ ভূমিকা হ’ব অন্যতম ৷ কৰিমগঞ্জত আজিৰে পৰা আৰম্ভ হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত পতাকা উত্তোলন কৰি কাৰ্যকৰ্তাসকলক সম্বোধি উদ্বোধনী ভাষণ আগবঢ়াওঁ ৷

উক্ত সভাত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়াক আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি দলীয় বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে ৷ ক্ষীপ্ৰতাৰে নতুন আন্তঃগাঁথনিৰে নৱ নিৰ্মিত অসম গঢ়াৰ বাবে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। আমাৰ বাবে “সেৱাই সংগঠন”। নিঃস্বাৰ্থ সেৱাৰ মাজেৰে আমি গঢ়িব খোজো অন্যতম “অসম”। অন্যতম অসমখন গঢ়িবলৈ আমাৰ কাৰ্যকৰ্তা সকলে সদায় সেৱা মনোভাৱেৰে ৰাইজৰ মাজত প্ৰতিটো পৰিস্থিতিত আন্তৰিকতাৰে কাম কৰি আছে। সেৱা মনোভাৱেৰে অপৰিসীম কষ্টৰে সেৱা আগবঢ়াই থকা কৰিমগঞ্জৰ কাৰ্যকৰ্তা সকলক আজি লগ পালো কৰিমগঞ্জত অনুষ্ঠিত দলীয় কাৰ্যকৰ্তা সভাত। কাৰ্যকৰ্তা সকলৰ সৈতে দলীয় কাম- কাজৰ বিশদ আলোচনা কৰাৰ লগতে তেখেত সকলৰ মন্তব্যও লওঁ। কৰিমগঞ্জত শক্তিশালী ভাৱে দলে প্ৰদৰ্শন কৰিব লগা ফলাফলে ১০০+ ৰ লক্ষ্যত শক্তিশালী ভূমিকা ল’ব বুলি মই কাৰ্যকৰ্তা সকলৰ